(১) ৰৈ ৰৈ অগনি জ্বলে ...... পুহমহীয়া ঠাণ্ডাতো মোৰ হৃদয়ত ফাগুনৰ বতাহ বলে ! (২) গৃহবন্দী হৈ থকাটোৱে ভাল বাহিৰত ওলালেই তামসাবৃত্ত আকাশ ! ණ কন্দৰ্পজিৎ কল্লোল